ধনলােভী নাপিতৰ সাধু
মণিভদ্র নামৰ এজন অতি ধার্মিক আৰু সাধু সদাগৰ পাটলীপুত্র নামৰ নগৰ এখনত বাস কৰিছিল। উক্ত সদাগৰজনে দান দ...
Explore our collection of Assamese stories, essays, and literary works
মণিভদ্র নামৰ এজন অতি ধার্মিক আৰু সাধু সদাগৰ পাটলীপুত্র নামৰ নগৰ এখনত বাস কৰিছিল। উক্ত সদাগৰজনে দান দ...
কোনাে এখন নগৰত চাৰিজন ব্রাহ্মণ বাস কৰিছিল। সেই চাৰিজনৰ মাজত প্রথম তিনিজন আছিল সকলাে বিদ্যাত পাকৈত। আ...
এজন ধােবাৰ এটা গাধ আছিল। ধােবাই গাধটোক দিনটো তাৰ কামত লগাই আৰু ৰাতি হলে তাক ঘাঁহ খাবলৈ এৰি দিয়ে। এদ...
এখন নগৰত এজন কৃপণ ব্রাহ্মণ আছিল। উক্ত ব্রাহ্মণজনে দিনটো ঘৰে ঘৰে ভিক্ষা মাগে। সিই ভিক্ষা মাগােতে যিখি...
কোনাে এখন ঠাইত এজন অতি নিঃকিন দৰিদ্ৰ তাঁতী বাস কৰিছিল। সাধাৰণভাৱে তাঁত বৈ সি জীৱন নির্বাহ কৰিছিল। অত...
ব্রহ্মদত্ত নামৰ এজন কিশােৰ তাৰ মাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। কিশােৰজন মাকৰ একান্ত বাধ্য আছিল। ক'ৰব...
এখন বিলত ভালেমান মাছ-কাছৰ লগতে কিছুমান বেং একেলগে মিলাপ্ৰীতিৰে বহু বছৰ ধৰি বসবাস কৰি আছিল। বিলটোত বস...
কোনাে এখন পাহাৰৰ নামনিৰ এখন হাবিত এহাল ভাটৌ চৰাই বাস কৰিছিল। ভাটৌহালৰ মাইকীজনীয়ে সময়ত দুটা কণী পাৰ...
কোনাে এখন ৰাজ্যত এজন মূৰ্খ আৰু বিলাসী ৰজাই ৰাজত্ব কৰিছিল। এইজন ৰজাৰ শােৱনী কোঠাৰ কিছু আঁতৰত এখন উদ্য...
দক্ষিণাত্যৰ ফালৰ এখন সৰােবৰত এজাক ভাৰুণ্ড চৰাই অতি সুখে সন্তোষে বাস কৰিছিল। আচৰিত কথাটো হ’ল এই ভাৰুণ...
বহুত ধন ঘটিবৰ মনেৰে এটা ব্যাধে এখন হাবিত প্রৱেশ কৰিলে। সি ভাবিলে, হাবিৰ মাজত জন্তু চিকাৰ কৰি সেই জন্...
মানুহে বসবাস কৰিবলৈ এৰি যােৱা এখন নৈপৰীয়া গাঁৱত অজস্ৰ নিগনিৰ গাত আছিল। সেই গাঁতবােৰত নিগনি বােৰে পৰ...