কেনেদৰে হেকিঙৰ বলি হৈছিল Sony Company?
বন্ধুসকল, ২০১১ চনৰ ২০ এপ্ৰিলত Sony Playstation নেটৱৰ্ককে ধৰি Sony ৰ বহু চাৰ্ভিছ পৰৱৰ্তী ২ দিনৰ বাবে হেকাৰে সম্পূৰ্ণৰূপে লক কৰি ৰাখে। ইফালে Sony ৰ কোনো কৰ্মচাৰীৰ হাতত System ত প্ৰৱেশৰ কোনো উপায় নাছিল।