Sunday, April 19, 2026
বিজ্ঞাপন আৰু আধুনিক জীৱন ৰচনা

বিজ্ঞাপন আৰু আধুনিক জীৱন

বিজ্ঞাপনৰ (advertisement) অভিধানিক অর্থ হ’ল জাননী। অৱশ্যে এই জাননী কোনো তত্ত্ব বা তথ্যৰ পৰিচিতি নহয়, কোনো ঘটনাৰ বিৱৰণ নহয়, কোনো ঐতিহ্য আৰু সংস্কৃতিৰ ইতিকথা নহয়, ই হ’ল মূলতঃ ব্যৱসায়িক স্বার্থৰ প্ৰ

Mar 27, 2022 · Admin