📖
Uncategorized
বান্দৰ আৰু শিয়াল
(১) বান্দৰ শিয়ালে সখি বন্ধাই আলিৰ কাষত আছে। বিয়াৰ গাখীৰ কলৰ ভাৰী দেখা পালে পাছে॥ বান্দৰে বোলে, “শিয়াল সখি! বুধি এটা কৰি। খাব লাগিল গাখীৰ-কল কৰি লৰালৰি৷৷” শিয়ালে কলে, “জোপাৰ মাজত লুকাওঁ সাজু হ