📖
Uncategorized
তেলীয়াসাৰেং আৰু ফেঁচু
টোকোৰাই বিশ্বাসঘাতকতা কৰাৰ পিছত চৰাইবিলাকে দেখিলে যে সিহঁতক এজন ৰজা লগা হ’ল, নহ'লে আৰু নচলে। ইমানবিলাক চৰাইৰ ভিতৰত যেতিয়াই যাৰে যিহকে মন যায় সি তাকে কৰে, কাৰো হাকবচন কোনেও নুশুনে, কোনেও নেমানে। চুৰি