Sunday, April 19, 2026
📖

জৰদ্‌গব ৰজাৰ উপখ্যান

এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল। তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিঁউৰ সেৰে চৰতীয়া আৰু

Jun 04, 2021 · Admin · 73 views
📖

চম্পাৱতি

এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰীয়েকে সৰুজনীক তাইৰ

Jun 04, 2021 · Admin · 154 views
📖

তীখৰ আৰু চুটিবাই

এক গাৱঁত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি –চাপৰ দেখি তাইৰ নাম চুটি

Jun 04, 2021 · Admin · 258 views
📖

কটা যোৱা নাক, খাৰণী দি ঢাক

এক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভাৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰ্কে

Jun 04, 2021 · Admin · 107 views
📖

তুলা আৰু তেজা

এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটা ল’ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা। তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী

Jun 04, 2021 · Admin · 281 views
📖

চিলনীৰ জীয়েকৰ সাধু

এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক

Jun 04, 2021 · Admin · 138 views
📖

এটা বলী মানুহ

এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে ততমত এৰিছিল। বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো

Jun 04, 2021 · Admin · 780 views
📖

এটা শিঙৰা মাছৰ কথা

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধঁৰোতে শিঙৰাই মাত লগালে, ”ককাই, মই শিঙৰাৰ ৰজা, তই মোক নে

Jun 04, 2021 · Admin · 144 views
📖

সৰব্‌জন

কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোনপেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰীয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘমহীয়া অলপ কিন্‌কিনীয়া বৰষুণ। ৰাত

Jun 04, 2021 · Admin · 56 views
📖

নুমলীয়া পো

এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি-ভাবি পুতেকৰ কি নাম থ’ব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুছি তাৰ বুঢ়াকালত হোৱা আৰু একেবাৰেই

Jun 04, 2021 · Admin · 74 views
📖

গঙ্গাটোপ

এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুল-ডঁৰিকনালৈকে সকলোবোৰ মাছ আহি

Jun 04, 2021 · Admin · 66 views
📖

দীঘল ঠেঙীয়া

এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ

Jun 04, 2021 · Admin · 102 views